উহ ! ইমান জাৰ,
বিষাদগ্ৰস্ত মোৰ হৃদয় |
কঁও বুলি কোৱা নহ’ল
মোৰ মনৰ কথাষাৰ |
এতিয়া যে যাবৰ হ’ল
কুঁৱলীসনা এটা চেচাঁ
নিশাৰ বুকুফালি----|
ৰচনাকাল-২৬ অক্টোবৰ ২০০৯ (২০ বছৰ)
বিষাদগ্ৰস্ত মোৰ হৃদয় |
কঁও বুলি কোৱা নহ’ল
মোৰ মনৰ কথাষাৰ |
এতিয়া যে যাবৰ হ’ল
কুঁৱলীসনা এটা চেচাঁ
নিশাৰ বুকুফালি----|
ৰচনাকাল-২৬ অক্টোবৰ ২০০৯ (২০ বছৰ)
No comments:
Post a Comment